March 31, 2025 8:38 PM March 31, 2025 8:38 PM

views 1

বিশ্বনাথ জিলাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ১৪০ কোটি ৬৯ লাখ টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহুমুখী বিকাশৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ জিলাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইবাটাও অভিলাষী প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনত ১৪০ কোটি ৬৯ লাখ টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ ১০ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৱৰ্ত ভৱনৰ আজি উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰা ১৫ কোটি ৫৭ লাখ টকা ব্যয়ৰে নিৰ্মিত বিশ্বনাথৰ স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষা কেন্দ্ৰটো দক্ষিণ-প...