June 20, 2025 9:02 PM June 20, 2025 9:02 PM
21
ৰাজ্যৰ ভিন্ন প্ৰান্তত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭সংখ্যক স্মৃতি দিৱস পালন
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, শোণিতপুৰ জিলা আৰু তেজপুৰ নগৰ শাখাৰ উদ্যোগত জিলাখনৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। তেজপুৰৰ দৰং মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত এহেজাৰতকৈও অধিক ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰে। তেজপুৰত থকা কলাগুৰুৰ সমাধিক্ষেত্ৰতো ৰাভা দিৱস পালন কৰা হয়। অনুষ্ঠানত তেজপুৰৰ বিধায়ক তথা কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভা উপস্থিত থাকে। ডিব্ৰুগড় সাহিত্য সভা, মানকট...