June 20, 2025 9:04 PM June 20, 2025 9:04 PM

views 8

বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত কেইবাগৰাকীও খ্যাতনামা ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭সংখ্যক স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতনামা ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰা হয়। তিনিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ড০ থানেশ্বৰ শৰ্মালৈ শ্ৰীশ্ৰীমাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দূৰ অভিযানত শ্বহীদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক চিংগাখামলৈ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হৈছে। একেদৰে চলিত বছৰৰ ৪টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্রশিল্পী নৰে...