June 23, 2024 11:54 AM

views 24

ইলেকট্রিক বাহনৰ সুৰক্ষাৰ বৃদ্ধিৰ বাবে ভাৰতীয় মানক ব্যুৰ’ৰ  দুটা নতুন মান নিৰ্ধাৰণ

বি আই এছ অর্থাৎ ভাৰতীয় মানক ব্যুৰ'ই ইলেকট্রিক বাহনৰ সুৰক্ষাৰ বৃদ্ধিৰ বাবে দুটা নতুন মান নিৰ্ধাৰণ কৰিছে। এই নতুন বি আই এছ মান ইলেক্ট্রনিক বাহনৰ জটিল উপাদান আৰু পাৱাৰট্ৰেইনৰ লগতে কঠোৰ সুৰক্ষা প্ৰয়োজনসমূহ পূৰোৱাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। এই মান কেইটাই শক্তি আৰু সুৰক্ষাকে ধৰি বেটাৰীৰ কাম-কাজৰ ক্ষেত্ৰটো গুৰুত্ব আৰোপ কৰিছে। নতুনকৈ আৰম্ভ কৰা এই মানকেইটা এল, এম আৰু এন শ্ৰেণীৰ ইলেকট্ৰনিক বাহনৰ বাবে প্ৰস্তুত কৰা হৈছে। ইলেকট্ৰনিক পাৱাৰট্ৰেইন আৰু বেটাৰীৰ বিশ্বাসযোগ্যতাৰ লগতে সুৰক্ষা নিশ্চিত কৰাৰ দিশত ...