November 14, 2024 9:04 PM

views 27

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ড০ মামণি ৰয়ছম গোস্বামীলৈ ওপজা দিন উপলক্ষে শ্রদ্ধাঞ্জলি

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক, ৰামায়ণী সাহিত্যৰ গৱেষক ড০ মামণি ৰয়ছম গোস্বামীৰ ওপজা দিন উপলক্ষে আজি সাহিত্যিকগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। ১৯৪২ চনৰ আজিৰ দিনটোতে কামৰূপ জিলাৰ জগলীয়া সত্ৰত জন্মগ্ৰহণ কৰা সাহিত্যিকগৰাকী জীৱনৰ বিভিন্ন সংঘাত আৰু প্ৰত্যাহ্বানক নিজৰ কলমেৰে তুলি ধৰিছিল। বঞ্চিতজনৰ পৰা আৰম্ভ কৰি ৰক্ষণশীল সমাজৰ কুসংস্কাৰলৈকে তেওঁৰ লেখাৰে বাস্তৱ ছবি অংকন কৰিছিল। ১৯৮২ চনত সাহিত্য একাডেমী আৰু ২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰা এইগৰাকী সাহিত্যিকৰ ওপজা দিন উপলক্ষে আজি মুখ্যমন্ত্ৰী হিমন্...