June 21, 2024 8:01 PM June 21, 2024 8:01 PM
11
ৰাজ্যত প্ৰথম বাৰৰ বাবে চিকিৎসালয় এৰাৰ সময়তে জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান
ৰাজ্যত প্ৰথম বাৰৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি নৱজাতকক লৈ প্ৰসূতি মাতৃয়ে চিকিৎসালয় এৰাৰ সময়তে জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰা হয়। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱজাতকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তেই জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি ফখৰুদ্দিল আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰলৈ আজি দুটি শিশুক জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰা হয়। এই সন্দৰ্ভ...