November 15, 2024 4:58 PM
17
নতুন দিল্লীৰ বাঁছেৰা পাৰ্কত বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন
আনহাতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও ভগৱান বীৰছা মুণ্ডাক দেশৰ স্বাধীনতা আন্দোলনৰ মহান বীৰ যোদ্ধাসকলৰ অন্যতম বুলি অভিহিত কৰিছে। জনজাতীয় গৌৰৱ দিৱস উপলক্ষে নতুন দিল্লীৰ বাঁছেৰা পাৰ্কত বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি এটা উন্মোচন কৰি শ্ৰী শ্বাহে কয়, যে জনজাতীয় সম্প্রদায়সমূহ চিৰদিন ভগৱান বীৰছা মুণ্ডাৰ প্ৰতি কৃতজ্ঞ হৈ ৰ'ব। বীৰছা মুণ্ডাই কম বয়সতে ৰাষ্ট্ৰৰ প্ৰতি তথা জনজাতীয় লোকসকলৰ উন্নতিৰ বাবে জীৱন উৎসৰ্গা কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে জনজাতীয় সম্প্ৰদায়ৰ মাজত পানী, ভূমি আৰু অৰণ্যৰ অপৰিহাৰ্য...