June 9, 2025 6:58 PM

views 15

স্বাধীনতা সংগ্ৰামী বীচা মুণ্ডাৰ আজি ১২৫ সংখ্যক মৃত্যু বার্ষিকী

স্বাধীনতা সংগ্ৰামী বীচা মুণ্ডাৰ আজি ১২৫ সংখ্যক মৃত্যু বার্ষিকী। তেওঁ জনজাতীয় মানুহৰ অধিকাৰ আৰু সন্মানৰ বাবে যুঁজিছিল। ১৮৭৫ চনৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ উলিহাটু অঞ্চলত বীচা মুণ্ডাৰ জন্ম হৈছিল। জার্মান মিছন স্কুলত শিক্ষা জীৱনৰ পাটনি মেলা মুণ্ডাই জনজাতীয় লোকসকলৰ উত্তৰণৰ বাবে অহৰহ কাম কৰিছিল। শিক্ষাৰ জৰিয়তে জনজাতীয় লোকসকলক ধৰ্মান্তৰিত কৰাৰ বাবে ব্ৰিটিছে লক্ষ্য বান্ধি লৈছিল। এই অভিজ্ঞতাই বীৰচা মুণ্ডাক Birsait নামৰ এটা সংস্থা গঠনৰ বাবে অনুপ্ৰেৰণা যোগাইছিল। এই সংস্থাৰ জৰিয়তে জনজাতীয় লোকসকলৰ পৰম্পৰাগত...