August 26, 2025 1:10 PM

views 20

চৰ্দাৰ ভল্লৱভাই পেটেল, বীৰচা মুণ্ডা আৰু অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্দেশ্যে তিনিখন উচ্চস্তৰীয় সমিতি গঠন

চৰকাৰে জনজাতি নেতা বীৰচা মুণ্ডা আৰু চৰ্দাৰ ভল্লৱভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তীৰ লগতে অটল বিহাৰী বাজপেয়ী জন্ম শতবার্ষিকী উদযাপনৰ উদ্দেশ্যে তিনিখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছে। কেন্দ্রীয় সংস্কৃতি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই তিনিওখন সমিতিৰে অধ্যক্ষ হিচাপে থাকিব। সমিতিকেইখনে দেশৰ বিভিন্ন প্ৰান্তত এই কাৰ্যসূচী উদযাপনৰ উদ্দেশ্যে বিভিন্ন কাম-কাজৰ তদাৰক কৰিব।

November 15, 2024 11:47 AM

views 29

স্বাধীনতা সংগ্রামী বীৰছা মুণ্ডাৰ জয়ন্তী; আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘জনজাতীয় গৌৰৱ দিৱস’ৰ আয়োজন

ভাৰতৰ স্বাধীনতা সংগ্রামী বীৰছা মুণ্ডাৰ আজি জয়ন্তী। বীছা মুণ্ডাৰ জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতৰ স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা লোৱা জনজাতীয় মুক্তি যুজাৰুসকলৰ স্মৃতিত আজিৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়। ৰাজ্য চৰকাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্রামত জনজাতীয় গৌৰৱ দিৱসৰ আয়োজন কৰিছে। অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে এই কাৰ্যসূচী উদ্বোধন কৰিব। আনহাতে এই দিৱস ২৯ খন ৰাজ্যৰ ১০০ জিলাত সমান্তৰালভাৱে অনুষ্ঠিত হ'ব...

June 9, 2024 8:39 PM

views 22

ৰাজ্যজুৰি বীৰ পুৰুষ বীৰচা মুণ্ডাৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন

আদিবাসীসকলৰ বীৰ পুৰুষ বীৰচা মুণ্ডাৰ আজি মৃত্যু তিথি। প্রবাদপ্রতীম জনজাতীয় নেতাজনৰ প্ৰতি শ্রদ্ধাঞ্জলি জনাই মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি বীৰচা মুণ্ডাৰ মাতৃভূমিৰ হৈ ব্ৰিটিচ অপশাসনৰ বিৰোধী স্থিতিক স্মৰণ কৰে। দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যজুৰি বীৰ পুৰুষজনৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰা হয়। তিনিচুকীয়াত বিপ্লৱী নেতাগৰাকীক সুঁৱৰি চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জনজাতীয় লোকসকলৰ সৰ্বাংগীন বিকাশ আৰু অধিকাৰৰ হকে অহোপুৰুষাৰ্থ কৰা স্বাধীনতা সংগ্ৰামীজ...