September 1, 2024 12:58 PM September 1, 2024 12:58 PM

views 9

নতুন দিল্লীত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙৰ জৈৱ প্ৰযুক্তি নীতি Bio-E3 মুকলি

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙে কালি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু কর্ম সংস্থাপন সম্পৰ্কীয় জৈৱ প্ৰযুক্তি নীতি Bio-E3 মুকলি কৰে। Bio-E3 মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ড০ সিঙে কয় যে, এই নীতিয়ে দেশত উচ্চমানৰ জৈৱ সামগ্ৰী উৎপাদনত সহায় কৰিব আৰু ইয়াৰ ফলত খাদ্য, শক্তি তথা স্বাস্থ্য ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব। তেওঁ কয় যে, ব্যক্তিগত খণ্ডৰ সহযোগিতাৰে এই নীতি ৰূপায়ণ কৰা হ'ব আৰু ইয়াৰ ফলত কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব। তেওঁ কয় যে, জৈৱ সামগ্ৰীৰ...