May 22, 2025 6:35 PM

views 28

আজি আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস পালন

আজি আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস। জৈৱ বৈচিত্ৰৰ সংৰক্ষণ আৰু এই ক্ষেত্ৰত জনসাধাৰণক সজাগ আৰু শিক্ষিত কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে আজিৰ দিনটো জৈৱ বৈচিত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে- প্ৰকৃতিৰ সৈতে সমন্বয় আৰু বহনক্ষম উন্নয়ন। জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত চহকী অসমৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য, বনাঞ্চল আদিয়ে ৰাজ্যখনৰ জৈৱ বৈচিত্ৰৰ প্ৰতিপালন আৰু সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱসৰ...