May 9, 2024 12:38 PM

views 39

ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্রা বাংলাদেশ ভ্রমণসূচীৰে কালি ঢাকাত উপস্থিত

ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্রা কালি চমু বাংলাদেশ ভ্রমণসূচীৰে ঢাকাত উপস্থিত হয়। শ্ৰীকোৱাট্রাই আজি বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা আৰু বিদেশ মন্ত্রী হাছান মাহমুদক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। সামাজিক মাধ্যমৰ এটা পোষ্টত বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ে শ্ৰীকোৱাট্টাৰ এই ভ্রমণ সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰি কয় যে আজি তেওঁ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু বিদেশ মন্ত্ৰী হাছান মাহমুদক সাক্ষাৎ কৰাৰ লগতে বাংলাদেশৰ বিদেশ সচিব মাছুদ বিন মোমেনৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা আছে। বিগত ফেব্ৰুৱাৰীত বাংলাদেশৰ বি...