January 11, 2026 8:21 PM

views 30

অসম চাহ কৰ্মচাৰী সংঘৰ ৬৩ সংখ্যক ত্রিবার্ষিক ডিৰাই অধিৱেশনত মন্ত্রী বিমল বৰাৰ অংশগ্ৰহণ

অসম চাহ কৰ্মচাৰী সংঘ, মৰাণ শাখাৰ উদ্যোগত আৰু ডিৰাই চাহ বাগিচা প্ৰাথমিক গোটৰ আতিথ্যত আয়োজিত ৬৩ সংখ্যক ত্রিবার্ষিক ডিৰাই অধিৱেশনত আজি কেবিনেট মন্ত্রী বিমল বৰা বিশিষ্ট হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আদিৱাসী চাহ জনগোষ্ঠী তথা আদিবাসী সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধি, চাহ বাগিচা অঞ্চলত স্বাস্থ্য সেৱা আৰু শিক্ষা ব্যৱস্থাৰ উন্নয়ন, বাসগৃ...

November 23, 2024 11:12 AM

views 31

ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ অসম পেভিলিয়ন পৰিদর্শন মন্ত্ৰী বিমল বৰাৰ

ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৪ নৱেম্বৰত আৰম্ভ হোৱা ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা চমুকৈ আই আই টি এফৰ অসম পেভিলিয়ন পৰিদর্শন কৰে। ইণ্ডিয়ান ট্রেড প্রমোচন অর্গনাইজেচনে আয়োজন কৰা এই বাণিজ্য মেলাত অসমৰ বিপণীসমূহে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ অধীনত অংশগ্রহণ কৰিছে। মন্ত্ৰী বৰাই অসম পেভিলিয়নৰ বিপণীসমূহ পৰিদৰ্শন কৰি প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। এই মেলাত অসমৰ ৭৭টা ক্ষুদ্র, লঘু আৰু মজলীয়...

August 18, 2024 7:38 PM

views 24

টিংখাং, লেঙেৰী আৰু মৰাণত যুৱক-যুৱতীসকলৰ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতিৰ কৰ্মশালা

ভাৰতীয় জনতা যুৱ মৰ্চা আৰু চাহ জনগোষ্ঠী মৰ্চাৰ টিংখাং, লেঙেৰী, আৰু মৰাণ মণ্ডল কমিটিৰ উদ্যোগত চলিত বছৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তিৰ পৰীক্ষাৰ বাবে আবেদন কৰা যুৱক- যুৱতীসকলৰ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতিৰ কৰ্মশালা আজি আৰম্ভ হৈছে। অঞ্চলটোৰ ৭ টা স্থানত আজি আয়োজিত কর্মশালা উদ্যোগ মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশ লৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ব্যক্তিসকলৰ এই অনুষ্ঠানত অংশগ্রহণ দেখি সন্তুষ্টি প্ৰকাশ কৰে। ভৱিষ্যত জীৱনত সফলতাৰে অগ্ৰসৰ হোৱাৰ দিশত এই কাৰ্যসূচী...

July 6, 2024 7:35 PM

views 23

যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভাত মন্ত্ৰী বিমল বৰাৰ অংশগ্ৰহণ

ৰাজ্যৰ উদোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত সাম্প্ৰতিক বান পৰিস্থিতি আৰু ইয়াৰ জোৰা মৰাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়৷ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক্ষয়-ক্ষতিৰ সম্পৰ্কত বুজ লৈ সংশ্লিষ্ট সকলো বিভাগকে দুৰ্যোগৰ সময়ত জনসাধাৰণৰ কাষত থাকি সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে। তদুপৰি ক্ষতিগ্ৰস্ত ৰাইজে যাতে সাহায্য, চিকিৎ‍সাসেৱা, বিশুদ্ধ খোৱাপানীকে ধৰি অত...

July 6, 2024 6:29 PM

views 24

যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভাত মন্ত্রী বিমল বৰাৰ অংশগ্ৰহণ

ৰাজ্যৰ উদোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাই আজি যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত সাম্প্রতিক বান পৰিস্থিতি আৰু ইয়াৰ জোৰা মৰাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক্ষয়-ক্ষতিৰ সম্পৰ্কত বুজ লৈ সংশ্লিষ্ট সকলো বিভাগকে দুৰ্যোগৰ সময়ত জনসাধাৰণৰ কাষত থাকি সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে। তদুপৰি ক্ষতিগ্ৰস্ত ৰাইজে যাতে সাহায্য, চিকিৎসাসেৱা, বিশুদ্ধ খোৱাপানীকে ধৰি অত্...