July 2, 2025 8:13 PM

views 12

১ জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে শস্য বীমা সপ্তাহ, ২০২৫ অনুষ্ঠিত

ৰাজ্যৰ প্ৰতিখন জিলাতে ১ জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে শস্য বীমা সপ্তাহ, ২০২৫ অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বীমা কোম্পানীৰ উদ্যোগত কৃষকৰ মাজত শস্য বীমাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে চলোৱা এই অভিযানৰ অধীনত প্ৰত্যেক কৃষি উন্নয়ন চক্ৰত পঞ্চায়ত ভিত্তিত প্ৰচাৰ অভিযান ৰূপায়ণ কৰা হৈছে। অভিযানৰ অধীনত সংশ্লিষ্ট বিষয়াসকলে কৃষকসকলক শালিধান, মৰাপাট, মাটিমাহৰ দৰে খাৰিফ শস্যৰ বীমা সম্পৰ্কে অৱগত কৰে। তেওঁলোকে এই বীমা সুবিধা গ্ৰহণ কৰি কিদৰে উপকৃত হ...