February 18, 2025 7:49 PM

views 37

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিনেতা বিজু ফুকনৰ জন্ম বার্ষিকীত শ্রদ্ধা জ্ঞাপন

অসমীয়া চলচ্চিত্ৰৰ একালৰ সুদৰ্শন নায়ক, খ্যাতনামা অভিনেতা, বিজু ফুকনৰ জন্ম বার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুণমুগ্ধসকলে অভিনেতাগৰাকীৰ স্মৃতিত শ্রদ্ধা জ্ঞাপন কৰিছে। ডাঃ বেজবৰুৱা চলচ্চিত্ৰত এটা সৰু চৰিত্ৰৰে চলচ্চিত্ৰ জগতত ভূমুকি মৰা এইগৰাকী অভিনেতাই পাছলৈ বৰুৱাৰ সংসাৰ, আজলি নবৌ, আৰু বোৱাৰী চলচ্চিত্ৰত অভিনয়েৰে দৰ্শকৰ বিপুল সমাদৰ আৰু জনপ্ৰিয়তা লাভ কৰে। ৫০ খনৰো অধিক অসমীয়া চলচ্চিত্ৰত অভিনয়েৰে খ্যাতি অৰ্জন কৰা অভিনেতাগৰাকীৰ ভ্ৰাম্যমান থিয়েটাৰটো অভিনয় কৰি সুনাম অৰ্জন কৰিছে। অষ্টম দশক...