September 10, 2025 7:50 PM

views 19

বিহাৰৰ ভাৰত-নেপাল সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া

নেপালত উদ্ভৱ হোৱা হিংসাত্মক প্রতিবাদ আৰু সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ভাৰত-নেপাল সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। সীমান্তৰ বাণিজ্যিক তালাচী চকী আৰু অন্যান্য প্রবেশ পথত বিশেষ সতর্কতা অৱলম্বন কৰা হৈছে। বিহাৰ আৰক্ষী আৰু সশস্ত্র সীমা বলে সীমান্তত যিকোনো ব্যক্তিৰ আহ-যাহৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। উল্লেখযোগ্য যে বিহাৰৰ ৭২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত- নেপাল সীমান্তই পূৱ চম্পাৰণ, পশ্চিম চম্পাৰণ, সীতামাৰি, মধুৱানি, চুপল, আৰাড়িয়া আৰু কিষাণগঞ্জ নামৰ সাতখন জিলা স্পৰ্শ কৰে। দুয়োখন দেশৰে সীমান্তৰ...