January 19, 2026 7:57 PM

views 10

দিল্লীত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বোৰ্ডৰ ৮৮ সংখ্যক স্থায়ী কমিটীৰ বৈঠকত মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ অংশগ্ৰহণ

পৰিবেশ, বন আৰু জলবায়ু বিভাগৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বোৰ্ডৰ ৮৮ সংখ্যক স্থায়ী কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰে। এই কমিটীয়ে সংৰক্ষিত তথা দাঁতিকাষৰীয়া অঞ্চল, অভয়াৰণ্য, ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু পৰিবেশৰ প্ৰতি সংবেদনশীল অঞ্চলৰ আশে-পাশে থকা এলেকাৰ বাবে প্ৰয়োজনীয় জনহিতকৰ সেৱা, সামৰিক বাহিনীৰ সা-সৰঞ্জাম, আন্তঃগাঁথনিকে ধৰি বিভিন্ন বিষয় সামৰি ৭০টা প্ৰকল্প সম্পৰ্কে আলোচনা কৰে। কমিটীখনে লগতে সামৰিক বাহিনী আৰু সীমা তথা সাগৰপৃষ্ঠৰ পৰা যথেষ্ট উচ্চতাত অৱস্থিত অঞ্চলসমূহ...

September 16, 2025 8:40 PM

views 16

শীত নিয়ন্ত্রণ বিষয়ক কাৰ্যপন্থা ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতে বৰ্তমান বিশ্বৰ আগশাৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছেঃ ভূপেন্দ্ৰ নাথ যাদৱ

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু সংৰক্ষণ মন্ত্ৰী ভূপেন্দ্ৰ নাথ যাদৱে আজি কয়, যে শীত নিয়ন্ত্রণ বিষয়ক কাৰ্যপন্থা ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতে বৰ্তমান বিশ্বৰ আগশাৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নতুন দিল্লীত অনুষ্ঠিত একত্রিংশতিতম অ'জন দিৱস উদ্‌যাপনৰ অনুষ্ঠানত দৃশ্য মাধ্যমযোগে দিয়া তেওঁৰ ভাষণত হাইড্ৰ' ফ্লোৰো কাৰ্বনৰ উৎপাদন আৰু ব্যৱহাৰ ৬৭.০৫ শতাংশলৈ হ্ৰাস পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰালয়ৰ সচিব তন্ময় কুমাৰে সকলোকে অপ্রয়োজনীয়ভাৱে হোৱা হাইড্ৰ' ফ্লোৰো কাৰ্বনৰ ব্যৱহাৰ কমাই জৈৱ সম্পদসমূহ...

February 18, 2025 7:23 PM

views 20

আৱৰ্জনাৰ পুনৰ সংশোধন আৰু জলবায়ু পৰিবৰ্তন ২০২৫ৰ অষ্টাদশ সন্মিলনত মন্ত্ৰী ভপেন্দ্ৰ যাদৱৰ অংশগ্ৰহণ

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পুনৰ সংশোধন প্ৰক্ৰিয়াৰ সামৰ্থ বৃদ্ধি কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি আৱৰ্জনাৰ পুনৰ সংশোধন আৰু জলবায়ু পৰিবৰ্তন ২০২৫ ৰ অষ্টাদশ সন্মিলনত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ বাবে সামগ্ৰীৰ উৎস সমূহৰ অপব্যৱহাৰ হ্ৰাস কৰা আৰু পুনৰ সংশোধনৰ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, যে ভাৰতৰ পুনৰ সংশোধনৰ অৰ্থ ব্যৱস্থাৰ বজাৰ ম...