June 21, 2024 8:23 PM

views 33

ডেৰাডুনত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ প্ৰশিক্ষাৰ্থীৰে যোগাভ্যাসত অংশগ্ৰহণ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি ডেৰাডুনৰ ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমীত আয়োজিত যোগ অনুশীলনৰ বিশেষ কাৰ্য্যসূচীত ভাৰতীয় বন সেৱাৰ শিক্ষা নবিচ আৰু ৰাজ্যিক বনসেৱা একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে যোগাভ্যাসত অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এটি গছপুলি মাতৃৰ নামত অভিযানৰ অধীনত ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত আয়োজিত এটা কাৰ্য্যসূচীত মাতৃ বন প্ৰতিষ্ঠা কৰে। তেওঁ একোটিকৈ গছপুলি ৰোপণ কৰি এই অভিযানত অংশগ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। এ...