September 8, 2025 7:13 PM

views 33

জন্ম শতবার্ষিকীত সুধাকণ্ঠক সোঁৱৰণ অসমবাসীৰ

■ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত কৃতজ্ঞ অসমবাসীয়ে আজি সুধাকণ্ঠক সোঁৱৰণ কৰিছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মু...

September 8, 2025 4:17 PM

views 30

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ৰাজ্যজুৰি আজি বৰ্ণাঢ্য কাৰ্যসূচী

■ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ৰাজ্যজুৰি আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ...

September 8, 2025 12:41 PM

views 45

ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধন

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ৰাজ্যজুৰি আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব...

September 6, 2025 7:28 PM

views 42

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে, সুধাকণ্ঠৰ সংগীতৰ ছন্দত মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জনগণৰ সুখ, দুখ, অনুভুতি জীৱনৰ বিচিত্ৰ দৃশ্য প্ৰতিফলিত হৈছিল। সেয়ে ভূপেন হাজৰিকাৰ স্মৃতিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহনণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত এটি বিশেষ যাত্ৰাৰ আয়োজন কৰা হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ যাবলগীয়া এই...

August 28, 2025 7:08 PM

views 18

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্মশতবর্ষ উপলক্ষে ১০০ টকা মূল্যৰ স্মাৰক মুদ্ৰা জাৰি কৰাত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অনুমোদন

Akashvaniকেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্মশতবর্ষ উপলক্ষে মহান শিল্পীগৰাকীৰ প্রতি সন্মান জনাই ১০০ টকা মূল্যৰ স্মাৰক মুদ্ৰা জাৰি কৰাত অনুমোদন জনাইছে। এই পদক্ষেপে বিশ্ববন্দিত শিল্পীগৰাকীৰ আদৰ্শ আৰু কৰ্মৰাজিক জনসাধাৰণৰ মাজত উজ্জীৱিত কৰি ৰাখিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপৰ বাবে প্রধানমন্ত্ৰী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জনাইছে।

August 27, 2025 6:54 PM

views 22

বছৰজোৰাকে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী আয়োজনৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই বছৰজোৰা বিভিন্ন কাৰ্যসূচী আয়োজনৰ সিদ্ধান্ত লৈছে। গুৱাহাটীত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত কালি এই সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হয়। ছাত্ৰ সন্থাই ইয়াৰে কেতবোৰ কাৰ্যসূচী ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতে যৌথভাৱে ৰূপায়ণ কৰিব। এই উপলক্ষে আজি শ্বহীদ ন্যাসত আয়োজিত এখন সংবাদমেলত মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ উপস্থিতিত সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে তেওঁলোকৰ কাৰ্যসূচী সম্পৰ্...

November 6, 2024 1:24 PM

views 20

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ লগতে সংগতি ৰাখি ৰাজ্যজুৰি কালি বিভিন্ন দল-সংগঠনৰ উদ্যোগত বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সমাধিস্থলত পুৱাৰে পৰা স্মৃতিচাৰণ সভা, সৰ্বধৰ্ম প্ৰাৰ্থনা, গীত-নৃত্যৰ অনুষ্ঠান আদি অনুষ্ঠিত হয়। ইপিনে দীঘলীপুখুৰীৰ পাৰত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিস্থলীতো সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাই ১০ হেজাৰ বন্তি প্ৰজ্বলন কৰি শ...

November 5, 2024 6:39 PM

views 18

ৰাজ্যজুৰি ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ লগতে সংগতি ৰাখি ৰাজ্যজুৰি আজি বিভিন্ন দল-সংগঠনৰ উদ্যোগত বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাধিস্থলত পুৱাৰে পৰা স্মৃতিচাৰণ সভা, সর্বধর্ম প্রার্থনা, গীত-নৃত্যৰ অনুষ্ঠান আদি অনুষ্ঠিত হৈছে। পুৱাৰ বেলা বিত্ত, মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আয়োজিত অনুষ্ঠানত অংশ লৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্...

November 5, 2024 2:09 PM

views 22

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ মৃত্যু বার্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। ড° হাজৰিকাৰ মৃত্যু বার্ষিকীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাধিস্থলত পুৱা চাৰে ৯ বজাৰ পৰা স্মৃতিচাৰণ সভা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত মন্ত্রী অজন্তা নেওগ মুখ্য অতিথি ...

November 5, 2024 12:42 PM

views 41

আজি বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ত্রয়োদশ মৃত্যু বার্ষিকী

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ আজি ত্রয়োদশ মৃত্যু বার্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। ড° হাজৰিকাৰ মৃত্যু বার্ষিকীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাধিস্থলত পুৱা ৯.৩০ বজাৰ পৰা স্মৃতিচাৰণ সভা আৰু সৰ্বধর্ম প্রার্থনা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথি হি...