September 8, 2025 12:33 PM September 8, 2025 12:33 PM

views 4

সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি ‘ভূপেন দা আনকাট’ নামৰ এখন তথ্যচিত্ৰ অনুৰাধা চিত্রগৃহত প্ৰদৰ্শন

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালিৰেপৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কালি পুৱা জালুকবাৰী ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা এটা চাইকেল সমদল উলিওৱা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই এই সমদল মুকলি কৰে। শিল্পীগৰাকীৰ জীৱনক লৈ নিৰ্মাণ কৰা ‘ভূপেন দা আনকাট' নামৰ এখন তথ্যচিত্ৰ কালি গুৱাহাটীৰ অনুৰাধা চিত্রগৃহত প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীত শিল্পীগৰাকীৰ পুত্ৰ তেজ হাজৰিকাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল ...