May 9, 2025 12:30 PM
কিষনগড়, ভুন্তৰ আৰু লুধিয়ানা বিমানবন্দৰ বন্ধ
পাকিস্তানৰ শেহতীয়া আগ্রাসী মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি কিষনগড়, ভুন্তৰ আৰু লুধিয়ানা বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে ৰাজস্থান, পাঞ্জাব, জম্মু-কাশ্মীৰ, চণ্ডীগড় আৰু হিমাচল প্...