October 23, 2025 12:12 PM
2
সমগ্র দেশতে আজি পৰম্পৰাগত ৰীতি-নীতিৰে ভাই দোজ পালন
সমগ্র দেশতে আজি পৰম্পৰাগত ৰীতি-নীতিৰে ভাই দোজ পালন কৰা হৈছে। দীপাৱলীৰ পাছতেই পালন হোৱা এই উৎসৱ দেশৰ ভিন্ন প্রান্তত ভাইফোটা, ভাওবীজ, ভাইটীকা অথবা য়ামা দ্বিতীয়া আদি বিভিন্ন নামেৰে জনা যায়। এ...