December 29, 2025 7:57 PM December 29, 2025 7:57 PM
4
অসমৰ শৈক্ষিক দিশত এক নতুন বাৰ্তাৰে মেধিকুছিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি
অসমৰ শৈক্ষিক দিশত এক নতুন বাৰ্তাৰে বজালীৰ বানে গৰকা মেধিকুছি গাঁৱত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিব। বজালীৰ প্ৰবাদপুৰুষ তথা অসমীয়া গদ্য সাহিত্যৰ জনক, ভট্টদেৱ নামেৰে সর্বজনবিদিত বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যৰ নামত উচৰ্গা কৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদ নতুন ৰূপত সজাই তোলা হৈছে। কাইলৈ বিয়লি ২:৩০ বজাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই বিশ্ববিদ্যালয়খনৰ নতুন চৌহদটো মুকলি কৰিব। ১৯৫৫ চনৰ ১৬ আগষ্টত স্থাপিত পাঠশালাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়ক পূৰ্বৰ মুখ্যমন্ত্ৰী...