November 3, 2024 7:54 PM November 3, 2024 7:54 PM
6
অসমৰ বিভিন্ন জিলাত ভাষা গৌৰৱ সপ্তাহ উদযাপন
বজালী জিলাত পাঠশালা সাহিত্য সভা আৰু বজালী জিলা প্ৰশাসনৰ যৌথ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰি কথিত ভাষাতো অসমীয়া শব্দৰ শুদ্ধ ৰূপৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা এটা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। বৰপেটা জিলাৰ ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে। ধ্রুপদী ভাষাৰ স্বীকৃতিয়ে ভাষাটোৰ প্ৰসাৰ আৰু প্ৰচাৰত সহায় কৰিব যদিও প্ৰতিজন অসমীয়াই ভাষাটোৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে...