November 5, 2024 6:45 PM November 5, 2024 6:45 PM

views 13

অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত ৩ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন

অসমীয়া ভাষাই ধ্রুপদী ভাষা হিচাপে লাভ কৰা স্বীকৃতিক উদযাপন কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত আজি এলানি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। উদ্বোধনী ভাষণত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ প্ৰাণজিৎ‍ কুমাৰ নাথে অসমীয়া ভাষাৰ গৌৰৱময় ঐতিহ্য আৰু ধ্রুপদী ভাষাৰ স্বীকৃতিৰ বিষদ আলোচনা আগবঢ়ায়। একেটা অনুষ্ঠানতে কেইবাগৰাকীও বিশি...