January 22, 2025 7:38 PM

views 25

ভাৰত ম’বিলিটী গ্লোবেল এক্সপ’ ২০২৫ৰ প্ৰথম ৫ দিনত ৮ লাখৰো অধিক দৰ্শক আৰু ১,৫০০ৰো অধিক প্ৰদৰ্শক উপস্থিত

ভাৰত ম'বিলিটী গ্লোবেল এক্সপ’ ২০২৫ৰ প্ৰথম ৫ দিনত ৮ লাখৰো অধিক দৰ্শক আৰু ১,৫০০ৰো অধিক প্ৰদৰ্শক উপস্থিত হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ৬-দিনীয়া এই এক্সপ'ই মটৰ গাড়ী নির্মাণ উদ্যোগৰ অত্যাধুনিক উদ্ভাৱন প্ৰদৰ্শনৰ ক্ষেত্ৰত সফল হৈছে। আকাশবাণীৰ সৈতে হোৱা বাৰ্তালাপত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ৰাজেশ আগৰৱালাই কয়, যে এই মেলাত দৰ্শকৰ সামগ্রিক অংশগ্রহণ ছগুণতকৈও অধিক বৃদ্ধি পাইছে। শ্ৰীআগৰৱালাই কয় যে মটৰগাড়ী নির্মাণ উদ্যোগৰ ৩৪টা মূল সঁজুলি নিৰ্মাতা আৰু অটো কম্পোনেন্ট উদ্যোগৰ এহেজাৰ...

January 19, 2025 8:50 PM

views 37

ভাৰত গতিশীলতা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী ২০২৫-ত ২২টা পৃথক সংস্থাৰ ৫৬ বিধ নতুন সামগ্ৰী মুকলি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত গতিশীলতা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী ২০২৫-ত ২২টা পৃথক সংস্থাৰ ৫৬ বিধ নতুন সামগ্ৰী মুকলি কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীত কেইবাখনো শেহতীয়া বাহন, অত্যাধুনিক যান-বাহন সম্পৰ্কীয় প্রযুক্তি তথা ছুপাৰ বাইক, চাৰিচকীয়া বাহন, বাছ আৰু এম্বুলেন্সকে ধৰি বিভিন্ন বাহনৰ শেহতীয়া সা-সৰঞ্জাম প্ৰদৰ্শন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা শুকুৰবাৰে এই প্ৰদৰ্শনী মুকলি কৰে। বৃহত্তৰ নয়দা ইণ্ডিয়া এক্সপো চেণ্টাৰ আৰু মাৰ্ট, নতুন দিল...