May 28, 2025 10:30 AM

views 20

চলিত বৰ্ষৰ ২৮ জুনৰ পৰা ভাৰতীয় ৰেলৱেৰ ‘ভাৰত-ভূটান মিষ্টিক মাউণ্টেইন ট্যুৰ’

ভাৰতীয় ৰেলৱে চলিত বৰ্ষৰ ২৮ জুনৰ পৰা হ'বলগীয়া ৰোমাঞ্চকৰ 'ভাৰত-ভূটান মিষ্টিক মাউণ্টেইন ট্যুৰ' উপলক্ষে  ভাৰত গৌৰৱ শীত তাপ নিয়ন্ত্ৰিত পৰ্যটন ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেলৱে ব'ৰ্ডৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে আকাশবাণী নিউজৰ সৈতে হোৱা কথা-বতৰাত কয় যে দিল্লীৰ চফদৰজং ষ্টেচনৰ পৰা আৰম্ভ হোৱা ১৪ দিনীয়া এই যাত্ৰাত পর্যটকসকলক প্রথমে গুৱাহাটী, শ্বিলং, চেৰাপুঞ্জী হৈ পশ্চিমবংগৰ হাছিমাৰা ৰেলৱে ষ্টেচন অভিমুখে লৈ যোৱা হ’ব। সেই স্থানৰ পৰাই পর্যটকসকলক ভূটানত প্ৰৱেশৰ বাবে স্থলপ...