November 3, 2024 6:41 PM

views 25

ভাতৃ দ্বিতীয়া উৎসৱ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰপম্পৰাগত উৎসাহ-উদ্দীপনাৰে পালন

ভাতৃ-ভগ্নীৰ পৱিত্ৰ বান্ধোনৰ নিদৰ্শনস্বৰূপ ভাতৃ দ্বিতীয়া, ভাইদুজ বা ভাইফোটা উৎসৱ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰপম্পৰাগত উৎসাহ-উদ্দীপনাৰে পালন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে, ভাতৃ আৰু ভগ্নীৰ সম্পৰ্ক অতুলনীয়। চেনেহ জৰিৰে গঁথা এই সম্পৰ্কই এখন ঘৰ আৰু সমাজক আগবঢ়াই নিয়াত অৰিহণা যোগাব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে সকলো ভাতৃ-ভগ্নীৰ কুশল কামনা কৰে। মন্ত্ৰী কেশৱ মহন্তয়েও এই উৎসৱ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি পৰম্পৰাগত এই উ...