August 18, 2025 12:59 PM

views 26

ভাদ মাহৰ আৰম্ভণি উপলক্ষে আজিৰে পৰা হৰিনামৰ ধবনিৰে মুখৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ

অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধবনিৰে মুখৰিত হৈ পৰিছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ পূণ্য তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ নাম প্রসংগ অনুষ্ঠিত হয়। সত্ৰ...

September 15, 2024 6:43 PM

views 24

পবিত্ৰ ভাদ মাহৰ শেষৰটো দেওবাৰত অসমৰ বিভিন্ন সত্ৰ আৰু ৰাজহুৱা নামঘৰত দৰ্শনাৰ্থীৰ ভীৰ

পবিত্ৰ ভাদ মাহৰ আজি শেষৰটো দেওবাৰে অসমৰ বিভিন্ন ঠাইৰ সত্ৰ আৰু ৰাজহুৱা নামঘৰসমূহত দৰ্শনাৰ্থীৰ ভীৰ পৰিলক্ষিত হয়। ভকত বৈষ্ণৱ আৰু গোপীনীসকলৰ হৰিনামৰ ধ্বনিৰে সত্ৰ-নামঘৰসমূহ মুখৰিত হৈ পৰে। মাহৰ শেষৰৰটো দেওবাৰে যোৰহাট জিলাৰ ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰতো লক্ষাধিক দর্শনার্থীয়ে প্ৰসংগ আৰু নামত অংশগ্ৰহণ কৰে। একেদৰে গোলাঘাটৰ আঠখেলিয়া বৰনামঘৰ, যোৰহাটৰ মইনাপৰীয়া নামঘৰ, নগাওঁৰ বৰদোৱা সত্ৰ, বৰপেটাৰ কীৰ্তনঘৰ, কোচবিহাৰৰ মধুপুৰ সত্ৰকে ধৰি ঐতিহাসিক ধর্মস্থানসমূহত ভক্তসকলে হৰিনামত নিজকে বিলীন কৰি দিয়া দেখিবলৈ ...

August 18, 2024 7:27 PM

views 21

পৱিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত

পবিত্ৰ ভাদ মাহৰ আজি প্রথম দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাদ মাহৰ আৰম্ভণি উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যবাসীৰ মংগল তথা শ্রীবৃদ্ধি কামনা কৰিছে। অসমৰ সমাজ জীৱনত ভাদ মাহৰ আধ্যাত্মিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰি শ্ৰী সোণোৱালে মহাপুৰুষ দুজনাৰ তিথি, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আদি বিভিন্ন পালন আৰু নাম-প্ৰসংগৰে মুখৰিত পবিত্ৰ মাহটোৱে জনজীৱনলৈ ভাতৃত্ববোধ আৰু...

August 17, 2024 7:12 PM

views 23

ভাদ মাহৰ আৰম্ভণি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত

অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ পূণ্য তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহটো জুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ নাম প্ৰসংগ অনুষ্ঠিত হয়।...