December 26, 2024 8:03 PM

views 38

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বীৰ শিশু দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বীৰ শিশু দিৱস পালন কৰা হয়। এই উপলক্ষে বিভিন্ন বিদ্যালয়, শিশু যতন কেন্দ্ৰ আৰু অংগনবাড়ী কেন্দ্ৰসমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মাই গভ আৰু মাই ভাৰত পোৰ্টেলৰ জৰিয়তে অনলাইন কুইজ, গল্প কথন, সৃষ্টিশীল ৰচনা, পোষ্টাৰ আদিৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ ছাৰাবভাট্টীৰ গোপীনাথ গুৰুদ্ধাৰত আয়োজিত বীৰ শিশু দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিয়া ভাষণত স্বাস্থ্যমন্ত্রী অশোক সিংহলে কয়, যে ধৰ্ম, ন্যায় আৰু মাতৃভূমিৰ ৰক্ষাৰ্থে শিখসকলৰ অন্তিম গুৰু গোবিন্দ সিঙৰ দুই পুত্ৰ...