August 16, 2025 11:15 AM

views 14

ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ অন্বেষণ সন্দৰ্ভত দিয়া বিবৃতিৰ প্ৰশংসা বেলুচ মানৱ অধিকাৰ কৰ্মী মীৰ য়াৰ বেলুচৰ

বিশিষ্ট বেলুচ মানৱ অধিকাৰ কৰ্মী মীৰ য়াৰ বেলুচে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে কালি লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ অধীনত ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ অন্বেষণ সন্দৰ্ভত দিয়া বিবৃতিৰ প্ৰশংসা কৰিছে। প্ৰধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণত ভাৰতে এহেজাৰ ২০০টা স্থান অন্বেষণৰ জৰিয়তে গুৰুত্বপূৰ্ণ খনিজৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ প্ৰচেষ্টা চলাইছে বুলি ঘোষণা কৰিছিল। মানৱাধিকাৰ কৰ্মীগৰাকীয়ে কয়, যে পাকিস্তানক অপ্রাসংগিক কৰি ভাৰত ...