January 4, 2025 5:48 PM
39
ভাৰতৰ গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস
ভাৰতৰ গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। ২০১১-২০১২ বিত্তীয় বৰ্ষত এই হাৰ আছিল ২৫.৭ শতাংশ। কিন্তু ২০২৩-২০২৪ বিত্তীয় বৰ্ষত এই হাৰ ৪.৮৬ শতাংশলৈ হ্ৰাস পাইছে। ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা বেংকটোৰ গৱেষণাৰ প্ৰতিবেদনত এই তথ্য প্রকাশ কৰা হৈছে। বেংকটোৰ গৱেষণা অনুসৰি বিগত ১২ বছৰত নগৰ অঞ্চলতো দৰিদ্ৰতাৰ হাৰ ১৩.৭ শতাংশৰ পৰা ৪.৯ শতাংশলৈ হ্ৰাস পাইছে। এছ বি আইৰ গৱেষণা অনুসৰি গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ হ্ৰাস পোৱাৰ মূলতে সামগ্ৰী উপভোগৰ মাত্ৰাৰ বিকাশ শূন্যৰ পৰা ৫ শতাংশলৈ উন্নত হৈছে। লগতে জনস...