October 3, 2024 12:47 PM

views 20

ইতিহাসপ্রসিদ্ধ শিৱসাগৰ নগৰৰ বৰপুখুৰীৰ চৌপাশ সৌন্দর্যবর্ধনৰ বাবে অভিলাষী প্রকল্প গ্রহণ

ইতিহাসপ্রসিদ্ধ শিৱসাগৰ নগৰৰ বৰপুখুৰীৰ চৌপাশ সৌন্দর্যবর্ধনৰ বাবে এক অভিলাষী প্রকল্প গ্রহণ কৰা হৈছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কালি এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ২০ কোটি ১৩ লাখ টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ অধীনত শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিৰ পৰা নগৰখন নতুন ৰূপত সজাই তোলা হ'ব। তদুপৰি বৰপুখুৰীৰ চাৰিওটা পাৰৰ দেৱাল, পথ নিৰ্মাণৰ লগতে সৌন্দর্যবর্ধনৰ বাবে বিভিন্ন আঁচনি হাতত লোৱা হৈছে।