June 11, 2024 8:45 PM

views 19

ৰাজ্যৰ বিভিন্ন জিলাত যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে বি চি জি প্রতিষেধক প্রদান আৰম্ভ

যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি প্রতিষেধক প্রদান কৰা হৈছে। যক্ষ্মা নিবাৰণ শাখাই ২০২১ চনৰ পৰা দেশত এই ৰোগ নিৰাময়ৰ বাবে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰি আহিছে। বিশেষ কাৰণত বাঁও বাহুৰ ছিটা লোৱাৰ পৰা বাদ পৰি যোৱা লোকসকলক এই অভিযানে সামৰি ল'ব । প্রাপ্তবয়স্ক যিকোনো সুস্থ লোকে এই বিনামূলীয়া বি চি জি প্ৰতিষেধক ল'ব পাৰিব। শিৱসাগৰ জিলাতো ভাৰত চৰকাৰৰ পাইলট প্রজেক্টৰ অধীনত যক্ষ্মা ৰোগ নিবাৰণৰ বাবে বি চি জি প্রতিষেধক প্রদান কার্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। জিলাখনৰ ...