April 24, 2025 10:21 AM April 24, 2025 10:21 AM

views 5

হায়দৰাবাদত পহলগামৰ ঘটনাত নিহতসকললৈ শ্ৰদ্ধাৰ্ঘ্য বি চি চি আইৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে (বি চি চি আই) কালি হায়দৰাবাদত অনুষ্ঠিত মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজৰ আই পি এল খেলখনৰ সময়ত পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। খেলখন আৰম্ভ হোৱাৰ পূৰ্বে নিহত লোকসকলৰ আত্মাৰ সদ্‌গতি কামনা কৰি ১ মিনিট মৌনতা অৱলম্বন কৰা হয়। দুয়োটা দলৰ অধিনায়কে এই ভয়াৱহ আক্রমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। খেলখনত খেলুৱৈ, ধাৰাভাস্যকাৰ আৰু সহযোগী কর্মীসকলে বাহুত ক'লা বেজ পৰিধান কৰে। ধাৰাভাস্যকাৰ দলে এই মৌন শ্রদ্ধাঞ্...