May 16, 2025 11:38 AM
ভাৰতৰ মহিলা ক্রিকেট দলৰ ইংলেণ্ড ভ্ৰমণৰ বাবে খেলুৱৈসকলৰ নাম ঘোষণা
ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ভাৰতৰ মহিলা ক্রিকেট দলৰ আসন্ন ইংলেণ্ড ভ্ৰমণৰ বাবে খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। অহা ২৮ জুনৰ পৰা ২২ জুলাইলৈ হ'বলগীয়া এই ভ্রমণকালত দলটোৱে ৫ খন টি-২০ আৰু ৩ খন ...