May 16, 2025 11:38 AM
10
ভাৰতৰ মহিলা ক্রিকেট দলৰ ইংলেণ্ড ভ্ৰমণৰ বাবে খেলুৱৈসকলৰ নাম ঘোষণা
ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ভাৰতৰ মহিলা ক্রিকেট দলৰ আসন্ন ইংলেণ্ড ভ্ৰমণৰ বাবে খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। অহা ২৮ জুনৰ পৰা ২২ জুলাইলৈ হ'বলগীয়া এই ভ্রমণকালত দলটোৱে ৫ খন টি-২০ আৰু ৩ খন এদিনীয়া খেলত অংশ ল'ব। হৰমনপ্রীত কৌৰে এদিনীয়া আৰু টি-২০ দুয়োটা দলক নেতৃত্ব দিব আৰু স্মৃতি মান্ধানাই উপ-অধিনায়কৰ দায়িত্ব পালন কৰিব। ১৫ জনীয়া টি-২০ দলত শেফালী বার্মা, জেমিমা ৰড্রিগে'জ, দীপ্তি শৰ্মাৰ দৰে প্ৰধান খেলুৱৈসকলক ৰখাৰ লগতে ৰিচা ঘোষ আৰু য়স্তিকা ভাটিয়াক উইকেটৰক্ষকৰ দায়িত্ব দিয়া হৈছে। এদিনীয়া শৃংখ...