September 9, 2024 11:13 AM

views 19

বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা

ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ দল ঘোষণা কৰিছে। এই দলত প্ৰথমবাৰৰ বাবে বাঁওহতীয়া পেছ বলাৰ য়াছ দয়াল অন্তৰ্ভুক্ত হোৱাৰ লগতে কে এল ৰাহুল আৰু ঋষভ পণ্ট পুনৰ অন্তর্ভুক্ত হৈছে। অহা ২৯ ছেপ্তেম্বৰত আৰম্ভ হ'বলগীয়া এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। পাকিস্তানৰ বিৰুদ্ধে ২-০ৰ ব্যৱধানত ঐতিহাসিক জয় লাভ কৰাৰ পাছত বাংলাদেশে এই শৃংখলাত প্ৰৱেশ কৰিছে। আনহাতে ভাৰতে চলিত বৰ্ষৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে ৪-১ৰ ব্যৱধানত টেষ্ট শৃংখলাত জয়লাভ কৰি...