January 3, 2026 6:35 PM
15
ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI-য়ে ২০২৬ বৰ্ষৰ আই পি এলৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰপৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইদাৰ্ছক আহ্বান
ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI-য়ে ২০২৬ বৰ্ষৰ আই পি এলৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰপৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইদাৰ্ছক আহ্বান জনাইছে। কলকাতা নাইট ৰাইদাৰ্ছ দলে যোৱামাহত হোৱা খেলুৱৈৰ নিলামীৰ সময়ত চেন্নাই ছুপাৰ কিংছ আৰু ডেলহি কেপিটেলছৰ সৈতে কঠোৰ প্ৰতিযোগিতাৰ অন্তত ৩০ বছৰীয়া বাওহতীয়া খেলুৱৈগৰাকীক ৯ কোটি ২০ লাখ টকাত দলত অন্তর্ভুক্ত কৰিবলৈ সমৰ্থ হৈছিল। বিচিচিআইৰ সচিব দেৱজীত শইকীয়া কৈছে যে, কলকাতা দলে মুস্তাফিজুৰ ৰহমানৰ ঠাইত প্রয়োজন হ'লে আন এগৰাকী খেলুৱৈক দলত অন্...