September 19, 2024 12:08 PM

views 25

নতুন দিল্লীত NPS বাৎসল্য আঁচনিৰ শুভাৰম্ভ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত NPS বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰে। ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এই আঁচনিখনৰ কথা ঘোষণা কৰা হৈছিল। এই উপলক্ষে শ্রীমতী সীতাৰমনে কয় যে শিশুসকলে এই আঁচনিৰ জৰিয়তে ধন জমা থোৱাৰে পৰাই উচ্চ হাৰৰ ৰিটাৰ্ণ লাভ কৰিব। তেওঁ কয় যে NPS আঁচনিয়ে আৰম্ভণি কালৰেপৰা ভাল ৰিটাৰ্ণ দি আহিছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী খণ্ডৰ বাবে NPS-এ আৰম্ভণিৰেপৰা গড়ে ৯ দশমিক ৫ শতাংশ চক্রবৃদ্ধি বাৰ্ষিক বিকাশ হাৰৰ ৰিটাৰ্ণ দি আহিছে। তেওঁ পিতৃ-মাতৃ আৰু অভিভাৱকসকলক নাবালকসকলৰ বাবে জন্মদ...