December 13, 2025 9:40 PM

views 14

চত্তিশগড়ৰ জগদলপুৰত বাষ্টাৰ অলিম্পিকৰ সামৰণী অনুষ্ঠানত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্ৰহণ

গৃহমন্ত্রী অমিত শ্বাহে আজি চত্তিশগড়ৰ জগদলপুৰত বাষ্টাৰ অলিম্পিকৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ কয়, যে পৰৱৰ্তী বাষ্টাৰ অলিম্পিক হোৱাৰ সময়লৈ কেৱল চণ্ডিগড়ৰ বাষ্টাৰ অঞ্চলৈই নহয়, বৰঞ্চ সমগ্র দেশেই নক্সালবাদৰ পৰা মুক্ত হ'ব। তেওঁ লগতে কয়, যে চৰকাৰে অহা পাঁচ বছৰত বাষ্টাৰক দেশৰ ভিতৰতে উন্নত জনজাতীয় অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা চলাইছে। অঞ্চলটোৰ সাতোখন জিলাৰ জনসাধাৰণক আবাসগৃহ, বিজুলী, খোৱাপানী, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ দৰে বুনিয়াদী সাসুবধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ উল্ল...