July 24, 2024 6:55 PM

views 16

বাক্সা জিলাৰ কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ বৈঠক

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। ৰাজ্যপালগৰাকীয়ে বিষয়াসকলৰ পৰা বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰে। বৈঠকৰ পাছত সাংবাদিকৰ আগত ৰাজ্যপালগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষাখণ্ড পূৰ্বতকৈ উন্নয়ন হোৱা বুলি মন্তব্য কৰে। আনহাতে, জলজীৱন মিছনৰ অধীনত চলি থকা বিশুদ্ধ খোৱাপানী যোগান প্রকল্পসমূহৰ সফল ৰূপায়ণ হোৱা বুলিও শ্রী কাটাৰিয়াই উল্লেখ কৰে। এই বৈঠকত ৰা...