October 19, 2024 7:03 PM

views 16

বৰপেটা পৌৰসভাৰ খেলপথাৰত ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলা

আত্মনিৰ্ভৰ ভাৰত শ্লোগানেৰে দেশৰ হস্ততাঁত শিল্পীসকলক উৎসাহিত কৰাৰ লগতে উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে এখন উন্নত বজাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে বৰপেটাত এখন বস্ত্ৰ মেলা অনুষ্ঠিত হৈছে। বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত এই ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলাখন ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদ আৰু ৰাভা হাছং ক্ষেত্ৰীয় হস্ততাঁত তথা শিল্প সমবায় সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে। মেলাখনত অসমৰ লগতে হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশ, বিহাৰ, জম্মু- কাশ্মীৰ আৰু নাগালে...