September 21, 2024 7:14 PM

views 19

বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰাদাস বুঢ়াআতাৰ তিৰোভাৱ তিথি কীৰ্তন মহোৎসৱ হিচাপে পালন

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰাদাস বুঢ়াআতাৰ তিৰোভাৱ তিথি আজি কীৰ্তন মহোৎসৱ হিচাপে সত্ৰখনত পালন কৰা হৈছে। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ গুৰু দুজনাৰ পাছতেই বৰপেটাৰ সত্ৰীয়া ব্যৱস্থাত মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতাক অধিক মান্যতা প্ৰদান কৰা হয়। মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰক কেন্দ্ৰ কৰি মথুৰাদাস বুঢ়াআতাই মৌলিক চিন্তাৰে বৰপেটাত হাতিয়াৰ পুঁজিৰে বেংক ব্যৱস্থাৰ আৰম্ভণি কৰা, চৰু ভড়াল আদি পদক্ষেপ গ্ৰহণ কৰিছিল। তদুপৰি তে...