April 15, 2025 7:38 PM

views 28

বৰপেটা সত্ৰৰ পৰম্পৰাগত বর্ষফল গণনা প্ৰকাশ

বৰপেটা সত্ৰৰ পৰম্পৰাগত বর্ষফল গণনা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। ৰাজ্যখনৰ বাবে অসমীয়া ১৪৪৭ শকটো মিশ্ৰিত হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাবে এই বছৰটো শুভ হ'ব যদিও সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ বাবে বছৰটো বৰ শুভ নহ'ব বুলি গণনাৰ ফলাফলত কোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বাবে ২০২৬ চনৰ নৱেম্বৰলৈকে শুভ দশা চলি থাকিব। অৱশ্যে ১৪ আহাৰৰ পৰা ৰাহু আৰু কেতুৰ দশাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰত ড° শৰ্মা কিছু সাৱধান হোৱা ভাল বুলি গণনাত কোৱা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্...

October 1, 2024 12:41 PM

views 27

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত কৰা হৈছে। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল উকলি যোৱাৰ লগতে পূৰ্বৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ কুমাৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তিৰ পাছত কালি ১৫ টা সমষ্টিৰে গঠিত পৰিচালনা সমিতিৰ সদস্য আৰু বুঢ়া সত্ৰীয়া পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৩৫ চনৰ পৰা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, ডেকা সত্ৰীয়া আৰু সত্ৰ পৰিচা...