January 20, 2025 8:09 PM

views 33

বৰপেটা সাহিত্য সভাৰ উদ্যোগত বিদ্রোহী কবি প্ৰসন্নলাল চৌধুৰীৰ স্মৃতি দিৱস উদযাপন

বিদ্রোহী কবি প্রসন্নলাল চৌধুৰীৰ আজি মৃত্যু দিৱস। জাতীয়তাবোধ আৰু মানৱতাবোধৰ কবিতা, নাটক ৰচনাৰে সমাজ জীৱনক জগাই তুলি জাতীয় স্বাৰ্থৰ হকে ঐক্যবদ্ধ হ'বলৈ প্ৰেৰণা যোগোৱা কবিগৰাকীয়ে অনন্য সাহিত্যৰাজিৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে। বৰপেটা সাহিত্য সভাৰ উদ্যোগত আজি বিদ্রোহী কবি প্ৰসন্নলাল চৌধুৰীৰ স্মৃতি দিৱস উদযাপন কৰা হয়। অসম সাহিত্য সভাৰ পতাকা উত্তোলন আৰু বৰপেটা সাহিত্য সভাৰ চৌহদত থকা কবিগৰাকীৰ আবক্ষ মূর্তিত স্মৃতি তৰ্পণেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হয়। বিয়লি সাহিত্য ...