May 10, 2025 12:22 PM

views 31

বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ৰোগীৰ পৰীক্ষাৰ ৰিপ’ৰ্ট সংগ্ৰহৰ বিশেষ ব্যৱস্থা

বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ৰোগী বা পৰিয়ালৰ লোকে ৰোগীৰ পৰীক্ষাৰ ৰিপ'ৰ্ট সংগ্ৰহ কৰাত সহায়ক হোৱাকৈ হাস্পতাল কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াৰে পৰা হাস্পতালখনত চিকিৎসাধীন ৰোগীৰ  পৰীক্ষাৰ ৰিপ'ৰ্টসমূহ ৰোগীজন ভৰ্তি হৈ থকা বিছনাত গৈ চিকিৎসাকৰ্মীয়ে প্ৰদান কৰিব। বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে গ্ৰহণ কৰা এই পদক্ষেপ ৰোগী তথা ৰোগীৰ পৰিয়ালৰ বাবে ডাঙৰ সকাহ হিচাপে পৰিগণিত হৈছে। ইপিনে, হাস্পতালখনৰ কৰ্তৃপক্ষই ৰোগীৰ যিকোনো অসুবিধা বা কোনো অভিযোগ দাখিলৰ বাবে দুটাকৈ হেল্...