August 31, 2024 12:26 PM

views 13

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিটো ৰাজহ চক্ৰত নাগৰিক সভা

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত কালি জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰত নাগৰিক সভা অনুষ্ঠিত হয়। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত শান্তি-সম্প্রীতি, সদ্ভাব বৰ্তাই ৰখাৰ উদ্দেশ্যে এই সভা আয়োজন কৰা হয়। সভাত নাগৰিক সমিতি, ছাত্র সংগঠন, ব্যৱসায়িক সংগঠন তথা বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰে। সমাজত অস্থিৰতা সৃষ্টি কৰিবলৈ বিচৰা দুষ্ট চক্ৰৰ পৰা যাতে সকলো আঁতৰি থাকে নাইবা তেনে কোনো চক্ৰৰ সম্ভেদ পালে প্রশাসন অথবা আৰক্ষীক অৱগত কৰিবলৈ ৰাইজক পৰামৰ্শ আগবঢ়োৱা হয়। ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু ৰাজহুৱা সভাস্থ...