March 1, 2025 8:13 PM March 1, 2025 8:13 PM
3
বৰপেটাত বৰ্তমানৰ হিতাধিকাৰীৰ শেহতীয়া তথ্য পৰীক্ষা প্রক্রিয়া অব্যাহত
তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰাৰ পূৰ্বে বৰপেটা জিলাত বৰ্তমানৰ হিতাধিকাৰীসকলৰ শেহতীয়া তথ্য পৰীক্ষা প্রক্রিয়া অব্যাহত আছে। তৃতীয় পৰ্যায়ৰ অৰুণোদয়ত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তিকৰণ সন্দৰ্ভত আজি জিলা প্ৰশাসনৰ সৈতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই সভাত অৰুণোদয় আঁচনিৰ সংশোধিত তালিকা শীঘ্ৰে চূড়ান্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ একাংশ চৰকাৰী চাকৰি থকা পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ পাছতে এনে ...