September 4, 2024 12:02 PM
বাৰণসীৰ ‘লেব মিত্ৰ’ ক ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ই-প্ৰশাসন সোণৰ বঁটা প্ৰদান
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংসদীয় সমষ্টি বাৰাণসীত আৰম্ভ হোৱা ‘লেব মিত্ৰ' নামৰ এটা বিশেষ পদক্ষেপক ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ই-প্ৰশাসন সোণৰ বঁটা প্ৰদান কৰা হয়। কালি মুম্বাইত অনুষ্ঠিত ৰাষ্...